আজিৰ দিনটোৰ বিশেষত্ব ১১মে'

©Admin
0
■আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস।

■১৮৫৭ দিল্লীত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত।

■১৯৫১ গুজৰাটত ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ দ্বাৰা   নতুন সোমনাথ মন্দিৰ মুকলি।

■১৯৯৮ ভাৰতত পোখৰাণত তিনিটা পাৰমাণৱিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ।

■২০০৪ বিশিষ্ট লেখিকা, সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ ''চাহেবপুৰৰ বৰষুণ""ৰ বাবে অসম সাহিত্য সভাৰ"কুমাৰ কিশোৰ সোঁৱৰণী বঁটা।

■২০১৮ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০০৬ ৰ সমৰ্থন বিচাৰি স‌ংসদীয় কমিটিৰ অসম ভ্ৰমণ আৰু বিভিন্ন দল-সংগঠনৰ লগত আলোচনা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)