কিছু স্মৃতি

©Admin
0

 তুমি আৰু মই!
   তোমাক লৈ মই
ভাল পাব শিকিলোঁ,
  তোমাক লৈ মই 
সপোন ৰচিলো ,
 মৰহি যোৱা 
ফুলৰ মাজত
তোমাক আকৌ এবাৰ
বিচাৰি চালো।
মোৰ শৰীৰৰ তেজৰ টোপালত
জিলিকি উঠে
তোমাৰ নাম। 
যি নাম,,, 
ৰ'দ দিলেও শুকাই নাযায়, 
পানী পৰিলেও ভাহি নাযায়, 
বুকুৰ মাজত উমি  উমি জ্বলা
 চাকি গচিয়ে
এতিয়াও তোমাকে বিচাৰে। 

🌿বিশাল নায়ক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)