আপোনাৰ আজিৰ দিনটো ১৭ মে' ২০২০

Rinku Rajowar
0

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                                      
৩জেঠ, ৰবিবাৰ,ইং ১৭মে ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪৪/৪৩সূৰ্য্যাস্ত ঘ:৫/৫৩/৪৭

ৰাশি -    কুম্ভ ৰাশি।ঘ: ১০/৫৪/১৮ যোৱাত মীন ৰাশি লৈ।
তিথি - কৃষ্ণা দশমী।ঘ:১/৩২/৪৯লৈ।
নক্ষত্ৰ  - পূৰ্ব্বভাদ্ৰপদ।আ: ঘ: ৫/৩২/২৮লৈ।
আদ্যঋতু হলে - দুৰ্ভগা যোগ।
যাত্ৰা - উত্তৰ দিশত নাই । ,ঘ:১/৩২/৪৯ যোৱাত অগ্নি কোনত নাই।
যোগিনী - উত্তৰ দিশত  । ,ঘ:১/৩২/৪৯ যোৱাত অগ্নি কোনত ।
মৰণত দোষ - ত্ৰিপদ।আ: ঘ: ৫/৩২/২৮ যোৱাত এপদ।
ভক্ষাভক্ষ্য - ওৰহী,কলমৌ খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  নতুন আশাৰ সঞ্চাৰ হব, মনত আনন্দ বাঢ়িব, যদিও শৰীৰত সামান্য ৰোগ হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি   জাতক জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়ত শুভ,লগতে মনত আনন্দ বৃদ্ধি ৰ যোগ দেখা য়ায।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  বন্ধুৰ সহায় লাভ হব,যদিও কনিষ্ঠ সকলৰ লগত মতবিৰোধ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত ধন মান লাভ হব, যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত অৰ্থ লাভ হব, লগতে মানসিক প্ৰশান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  মনত আনন্দ বাঢ়িব, যদিও সজাগ নহলে সামান্য গৃহকণ্ডল হোৱাৰ  যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সহায় লাভ হব, যদিও মনত সামান্য চিন্তা আৰু ক্ৰোধ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব যদিও কৰ্মত সামান্য বাধাৰ  যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ব্যয় বাঢ়িব পাৰে, শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে কৰ্মত সজাগ নহলে বুদ্ধি নাশ  হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আনৰ সহায় লাভ হব, সন্মান বাঢ়িব যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি  জাতক জাতিকা সকলৰ আজি দিনটোত সম্পদ লাভ হব, ৰোগাৰোগ্য হব, যদিও সামান্য সন্তানৰ চিন্তা বৃদ্ধিৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত শুভ, মনৰ আশা পূৰণ হব, যদিও কৰ্মত সামান্য অৱহেলা হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                  জালুকবাৰী, গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)