সৃষ্টি

©Admin
0

      কোনো অনিষ্ট
নোহোৱাকৈ..
পৃথিৱীৰ সমস্ত ভৰৰ সমান
যন্ত্ৰনাকো সহি..

এগৰাকী মাতৃৰ গৰ্ভত
সযতনে..
ৰ'দ, বৰষুণ নলগাকৈ
এদিন ভূমিষ্ঠ হৈ
জননীৰ বুকুত ভৰি থৈ
ৰঙীন পথাৰ খনত
সৃষ্টিৰ বীজ সিঁচি..

শিখৰ জিনিব বিচাৰে
প্ৰাপ্তিৰ অন্যান্য
মাদকতাৰে...।

শচীন কুৰ্মী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)