কপৌ ফুল

©Admin
0
কপৌ
বহাগ আহিল
কপৌ ফুলিল
গছৰ ডাল শুৱনি কৰি
কুলি কেতেকীয়ে হিয়া ভাঙি মাতি
দিলেহি বিহুৰ বাতৰি ৷

সেউজী  মালতী তগৰ গুটিমালি
সকলো লগৰী হ'ল 
জীয়ৰী বোৱাৰীয়ে কপৌ ফুল গুজি
বিহু নাচিবলৈ গ'ল ৷

📝মহেন শইকীয়া
 প্ৰধান শিক্ষক
 নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)