আজিৰ আপোনাৰ দিনটো

©Admin
0

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                                      
১০ জেঠ,ৰবিবাৰ,ইং ২৪মে ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪২/১সূৰ্য্যাস্ত ঘ:৫/৫৭/৫১

ৰাশি -     বৃষ ৰাশি । আ:ঘ ৫/৩৩/১৭ যোৱাৰ পিছত মিথুন ৰাশি।
তিথি - শুক্লা দ্বিতীয়া।ৰা:ঘ:১১/৫৪/১৬ লৈ।
নক্ষত্ৰ  - ৰোহিনী।প্ৰা:ঘ- ৫/২২/৫৩ লৈ।
আদ্যঋতু হলে - পতিহিতা যোগ।
যাত্ৰা - উত্তৰ দিশত নাই । ,ৰা:ঘ:১১/৫৪ /১৬ যোৱাত অগ্নি কোনত নাই।
যোগিনী -উত্তৰ দিশত  । ,ৰা:ঘ:১১/৫৪ /১৬ যোৱাত অগ্নি কোনত ।
মৰণত দোষ - দ্বিপদ ।ৰা:ঘ: ১১/৫৪/১৬ যোৱাত এপদ।
ভক্ষাভক্ষ্য - তিতাভেকুৰী  খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব,যদিও কৰ্মত সামান্য জতিলতা হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি   জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিবাদ নিস্পত্তি হব, মনৰ আশা পুনৰ হব, যদিও সজাগ নহলে ধন হানি হোৱাৰ  যোগ দেখা য়ায।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আনৰ সহায় লাভ হব, কৰ্মত সফল হব, যদিও ব্যৱসায়ি সকলে সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত ধন মান লাভ হব, জ্ঞান লাভ হব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ লাভ হব, আত্মীয় সুখ বাঢ়িব যদিও মনত সামান্য হতাশা ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাত সুনাম বাঢ়িব, পাৰিবাৰিক শুভ, লগতে সামান্য মনৰ পৰিবৰ্তন হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, সমস্যাৰ সমাধান হব যদিও মনত সজাগ নহলে সামান্য  হোৱাৰ আশান্তি বৃদ্ধিৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হব, বন্ধু লাভ হব, যদিও মনত সামান্য  আত্মীয়ৰ চিন্তা বৃদ্ধিৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, ভ্ৰমনৰ সুযোগ লাভ কৰিব যদিও সামান্য মনত অশান্তি বাঢ়িব পাৰে।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্তানৰ চিন্তা বাঢ়িব পাৰে, কৰ্মত সামান্য জতিলতা আহিব পাৰে, লগতে ভ্ৰমনত সামান্য কষ্ট  বৃদ্ধিৰ  যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি  জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, সন্মান বাঢ়িব, লগতে কৰ্মত সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, যদিও  সজাগ নহলে সামান্য গৃহ বিবাদ হোৱাৰ  যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                  জালুকবাৰী, গুৱাহাটী -১৪

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)