মোৰ বিজন বৰ্ড ,খণ্ড - ০১

©Admin
0

মোৰ জীৱনত পাবলৈ একোৱেই নাই সৰ্বস্ব খিনি মই ইতিমধ্যে প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছো নাম,টকা,সপোনৰ বাংলোখন,গাড়ী৷,বিবাহ,সন্তান আদি ৷

১/ মোৰ সপোন আছিল এজন বিখ্যাত ত্ৰিভাষী ৰাইটাৰ , মটিভেশ্চন স্পিচিয়েলিটি , স্মাৰ্ট ভিডিঅ গ্ৰাফাৰ , পয়েটাৰ   , ফিল্ম প্ৰডিউচাৰ আৰু চিংগাৰ হোৱা ৷

উত্তৰঃ বৰ্তমান মই বাস্তৱত এজন ৰাইটাৰ আৰু গায়ক বৰ্তমান মই দেশ বিদেশত প্ৰেৰণামূলক বক্তৃৃৃতা  দিবলৈ যাওঁ ৷ মোৰ ভিডিঅ গ্ৰাফিকছ বহুত জনপ্ৰিয়তা লাভ কৰিবলৈ ইতিমধ্যে মই সক্ষম হৈছো আৰু তাৰবা বে মই চছিয়েল মিডিয়াৰ এজন জনপ্ৰিয় ব্যক্তি ৷ মোৰ কবিতা বহুতেই জনপ্ৰিয়তা লাভ কৰিছে ৷মোৰ চিনেমা এখন ইতিমধ্যে আহিছে ৷

আমি গ্ৰুপত আৰম্ভ কৰা ই মেগাজিন " অসমীয়া সাহিত্যৰ চানেকি " আজি দিনত এখন অসমৰ আগশাৰীৰ মেগাজিন ইয়াত জৰিত প্ৰতেককেই এতিয়া স্বনিৰ্ভৰশীল ৷ প্ৰতি মাহে অফলাইন মেগাজিনৰ ব্যৱসায় উত্তম হয় 

বৰ্তমান মই এজন সম্পূৰ্ণ সফল ব্যক্তি এতিয়া মই বহুত সুখী কেনেকৈ ?

এই প্ৰশ্নৰ উত্তৰ জানিবলৈ অহাটো দেওবাৰলৈ অপেক্ষা কৰক ৷


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)