স্বপ্ন ভংগ

Rinku Rajowar
0
এনেকৈ ভাঙে সপোনবোৰ ।
তাৰ পাছত আৰু একোকে নাথাকে ।
অভাৱেৰে জানো পূৰণ ।
মনৰ আশাবোৰ ।
মনবোৰ আমাৰ এনেকুৱাই ।
চকুৰ পানীৰ দৰে ।
অলপতে গঢে় অলপতে ভাঙে।
কিন্তু....
নিৰাশাৰ মাজতেই অলপ ।
আশা হোৱা হলে।
সপোনৰ মাজতেই অলপ ।
দিঠক হোৱা হলে।
জীয়াই থকাৰ ইচ্ছা হয়তো ।
জাগিল.….হয় ।
শিকিলোঁ জীৱনটোক
ভাল পাবলৈ হয়তো ।
এতিয়া মাথো সকলোতে ।
নিৰাশ হতাশ ভাৱ।
দেখিছো মাথো সকলোফালে ।
আন্ধাৰ... আন্ধাৰ...আন্ধাৰ ।
আশা জানো আছে ।
জীয়াই থকাৰ....।
যদি সপোনবোৰেই ভাঙে।

📝 মাৰলিন মুণ্ডা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)