জোনবাই

©Admin
0

  পুখুৰীটোত কিবা এটা
   জ্বলি আছে
   মুখখন চাওঁ বুলি
   পাৰলৈ গলো   |

   তাত দেখোন
   কাৱৈটিলা আৰু
   লালুকি কেইটাই
   টিফিন টিফিন খেলিছে  |

   ওফোন পাতি
   মইও তাৰপৰা
   উলটি আহিলো
   মোক আৰু চোৱা নহ'ল

   
 📝হেমেন হাজৰিকা
             মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)