শিক্ষক

©Admin
0
যিদিনা শিক্ষক মই 
সেই দিনা বাৰু
মোৰ মন কেনেকুৱা হব
নানা দিশৰ কথা
বুজোৱাৰ পিছত
ছাত্ৰই কেনে উত্তৰ দিব
মনৰ মাজত মই
সজাইছো নিজকে
হবলৈ দৰদী শিক্ষক
চেনেহৰ ছাত্ৰলৈ দেখা ৷

📝তন্ময় ৰবিদাস
 ষষ্ট শ্ৰেণী 
নুমলীগড় হাইস্কুল

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)