শেষ কবিতা

Rinku Rajowar
0
মই আৰু কবিতা নিলিখাে,
এইটাে মােৰ শেষ কবিতা
পৃথিৱীয়ে মােক আমুৱালে
একাে নাই পৃথিৱীত ।
নিলিখো আৰু 
কিবা পালো কিবা দিলো
এইটাে মােৰ শেষ কবিতা ॥

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)