মৰ্মাহিত হৃদয়ৰ আৰ্তনাদ

©Admin
0

নোৱাৰিম আৰু ম‌ই
হাতত অস্ত্ৰ লৈ
শত্ৰুৰ সৈতে যু‍ঁজিবলৈ 
নোৱাৰিম ৰাখিব ম‌ই
স্বাধীনতাৰ সেই পণ ।

কেতিয়াবা হয়তো পাহাৰৰ শিখৰত
কেতিয়াবা গা নোম শিঁৱৰি উঠা জাৰত
কেতিয়াবা হয়তো তেওঁ,হয়তো ম‍ই
য'ত নাই মৰমৰ সম্ভেদ 
আছে মাথো এটা দুখৰ পৰ্বত
আৱৰি আছে এক অমানবীয়তাৰ 
কলীয়া ডাৱৰ ।

📝বিজয় কুৰ্মী 
গহপুৰ, বিশ্বনাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)