লিমাৰিক

©Admin
0
                     (১)  
আগপিছ একোকে নাচালোঁ মই গুণি
বগাইছিলো পৰ্বতটো দেখি শুৱনি 
টিঙত উঠি দেখিলোঁ 
মিছাতে মই উঠিলোঁ 
সময়বোৰ অবাবতে হ'ল আথানি।


                    (২)
নষ্ট যদিহে কৰা অবাবত সময় 
ভৱিষ্যত অন্ধকাৰ জানিবা নিশ্চয় 
নুফুলে সুখৰ ফুল
বব কান্দোনৰ ৰোল 
অমূল্য সময়ক নকৰা অপচয়।

📝ব্ৰহ্মদেৱ গোস্বামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)