সাগৰত মানিক বিছাৰি নাপালো এটিও মূল্যবান মানিক ।
সামুকৰ খোলাবোৰে মোৰ ফালে চাই হাঁহি মাৰি কলে ব্যৰ্থা ছেষ্টা নকৰি বন্ধু।
মানিক পাবলৈ প্ৰয়োজন হব, কথোৰ পৰিশ্ৰম লাগিব অধ্যাবসাই আৰু একাগ্ৰতা । তেতিয়া হবা মূল্যবান মানিকৰ অধিকাৰি ।
পৃথিৱীত সকলোৱে হৈছে যোগ্য অধিকাৰ এটি এটি ৰত্ন কিন্তু বেলেগ বেলেগ ক্ষেত্ৰত, তুমি জ্ঞানত, তুমি শক্তিত, তুমি ভাগ্যত, তুমি ৰুপত ।
অহংকাৰ লোভ পাপ নিচ মনোভাব ধ্বংসৰ কাৰন, পতন হব সহজতে ।
একে পথৰে আগবঢ়িলে নাপাবা মানিক, সকলোৰে কাৰণে নহয় একেটি পথ, লক্ষ্য বেলেগ, আদৰ্শ বেলেগ তেতিয়াহে পাবা সাগৰত মানিক বিছাৰি ।
📝শ্ৰী উৎপল দাস
কুৰুৱাবাহী বোকাখাত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ