আজি দিনটোৰ বিশেষত্ব

©Admin
0

■আজি কেমেৰুণৰ স্বাধীনতা দিৱস।

■আজি তিমূৰৰ স্বাধীনতা লাভ।

■১৫০৬ ইটালীৰ অভিযাত্ৰী কলম্বাছৰ মৃত্যু।

■১৬০৯ নাট্যকাৰ শ্বেক্সপীয়েৰৰ প্ৰথম ছনেট প্ৰকাশ।

■১৯০০ পেৰিছত দ্বিতীয় আধুনিক অলিম্পিক ক্ৰীড়া সমাৰোহ।

■১৯৯২ ভাৰতৰ শ্ৰীহৰিকোটৰপৰা ASLV-D3ৰ সফল উৎক্ষেপণ।

■২০০২ পূব তিমুৰৰ স্বাধীনতা লাভ।

■২০০৯ ডাঃ মীৰানন্দ বৰঠাকুৰলৈ ২০০৮ চনৰ ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)