আজিৰ আপোনাৰ দিনটো

©Admin
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                                      
২৯ বহাগ, মঙ্গলবাৰ,ইং ১২মে ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪৭/২২সূৰ্য্যাস্ত ঘ:৫/৫১/৬

ৰাশি -  ধনু ৰাশি।ঘ:২/২৮/১৭ যোৱাত মকৰ ৰাশি।
তিথি - কৃষ্ণা পঞ্চমী।ঘ:৯/২৭/১৫ লৈ।
নক্ষত্ৰ  - পূৰ্ববষাৰা ,ঘ: ৮/২২/৫০লৈ।
আদ্যঋতু হলে - পতিহীনা যোগ।
যাত্ৰা - দক্ষিণ দিশত নাই । ,ঘ:৯/২৬/১৫ যোৱাত পশ্চিম দিশত নাই।
যোগিনী - দক্ষিণ দিশত  । ,ঘ:৯/২৬/১৫ যোৱাত পশ্চিম দিশত ।
মৰণত দোষ - এপদ, ঘ: ৮/১২/৫০ যোৱাত ত্ৰিপদ।
ভক্ষাভক্ষ্য - নিমতিতা ,বেল খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  বিদ্যাৰ্থী সকলৰ শুভ, যাত্ৰাত শুভ, যদিও দেহ মনত সামান্য কষ্ট বৃদ্ধিৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি   জাতক জাতিকা সকলৰ আজিৰ দিনটোত আয় বৃদ্ধি হব, কৰ্মত উন্নতি হব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি যোগ দেখা য়ায।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মৰম লাভ হব, যদিও শৰীৰত সামান্য।ৰোগ বৃদ্ধি হব পাৰে লগতে আজি সজাগ হব।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ, লগতে কৰ্মত নতুনকৈ যোগাযোগ  হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়ত শুভ, আত্মীয়ৰ আগমন হব যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা হোৱাৰ যোগ দেখা যায।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ যদিও মনত সামান্য চিন্তা বৃদ্ধি হব পাৰে লগতে ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান থাকিব।
৭. তুলা ৰাশি - তুলা ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মৰ পৰিৱৰ্তন হব, ধন মান লাভ হব, লগতে প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ, সাহস বাঢ়িব , যদিও মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন মান লাভ হব, যদিও সামান্য পাৰিবাৰিক অশান্তি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সাহস বাঢ়িব, ধন মান লাভ হব, যদিও সামান্য ব্যয় বৃদ্ধিৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি  জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত সহায় লাভ হব, সন্মান লাভ হব, যদিও দেহ মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় লাভ হব, কৰ্মত সফল হব, লগতে সামাজিক সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                           জালুকবাৰী, গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)