ককা আইতা

©Admin
0
ককা অ ককা
তোমাৰ দাঢ়ি চুলি পকা ৷
অ ককা কিয়নো 
আইতাৰ লগত কৰা কাজিয়া ?
তোমালোকেে
সাধু নুশুনালে নাহে মোৰ টোপনি,
পঢ়া টেবুলত বহি থাকিলেও
তোমালোকেে দিয়া আমাক দৃষ্টি ৷
ককা আমি বাৰীলৈ যাম
অমিতা,আম,কঁঠাল খাম
সকলোৱে একেলগে আনন্দৰে খাম ৷
ককা আইতা তোমালোক
সদায়ে থাকিবাা আমাৰ লগত,
তোমালোক থাকিলেে
আমাৰ ওচৰলেে নাহে ভূত প্ৰেত ৷

📝মহেন শইকীয়া
 প্ৰধান শিক্ষক
 নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)