আজিৰ দিনটোৰ বিশেষত্ব ১২ মে'

©Admin
0
আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস।

■আজি আন্তৰ্জাতিক পৰিচৰ্যা দিৱস।

■১৮২০ ফ্লোৰেন্স নাইটিংগেলৰ ইটালীত জন্ম।

■১৮৮৭ অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক শৰৎ চন্দ্ৰ গোস্বামীৰ জন্ম।

■১৯৫১ আমেৰিকাত বিশ্বৰ প্ৰথমটো হাইড্ৰজেন বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ।

■১৯৬০ বড়ো ছাত্রনেতা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্ম।

■১৯৯১ নেপালত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত।

■১৯৯৮ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত অৱসৰৰ বয়সসীমা ৫৮ বছৰৰ পৰা৬০ বছৰলৈ বৃদ্ধি।

■২০০৬ অসমৰ জয়ন্ত তালুকদাৰৰ বিশ্ব আৰ্চাৰী প্ৰতিযোগিতাত স্বৰ্ণপদক অৰ্জন।

■২০১০ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে এছ এইচ কাপাদিয়াৰ কাৰ্যভাৰ গ্ৰহণ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)