প্ৰেৰণা

©Admin
0
এই জীৱন বল বিৰল জীয়াব জানিলে সচাকৈয়ে মনোৰম মাথো মনটো ধীৰ স্থিৰ হব লাগে আৰু নিয়মাৱলীক অনুকৰণ কৰি আগবাঢ়ি যোৱাৰ ধৈৰ্য্যশীলতা তথা সাহসী আৰু আত্মাবিশ্বাসে পৰিপূৰ্ণ উৎসাহী উদ্যমী মনোভাৱেৰেে কাম কৰি যোৱাৰ গুণৰ অধিকাৰী হোৱাৰ প্ৰয়োজন ৷
চাবা সফলতা নিচেই কাষত ৷
জীৱনটো অবিৰাম যাত্ৰা গতিকে যাত্ৰা পথত বাধাবিঘিণি আহিবই সেইয়ালৈ ভয় কৰি থমকি ৰোৱাটৰ কাপুৰুষালী ৷
আৰু বিলত মাছ মাৰোতে এটা দুটা শিঙিয়ে বিন্ধিবই এয়া স্বাভাৱিক কথা গতিকে সেইয়ালৈ গুৰুত্ব নিদি নিজ কৰ্মত গুৰুত্ব দিয়াটো বুদ্ধিমানী ৷

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)