আপোনাৰ আজিৰ দিনটো

©Admin
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                                      
৩০ বহাগ, বুধবাৰ,ইং ১৩মে ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪৬/১৭সূৰ্য্যাস্ত ঘ:৫/৫১/৩৭

ৰাশি -   মকৰ ৰাশি।
তিথি - কৃষ্ণা ষষ্ঠী।ঘ:৯/১৭/৩৪ লৈ।
নক্ষত্ৰ  - উত্তৰাষাঢ়া ,ঘ: ৯/১৩/৩৫লৈ।
আদ্যঋতু হলে - সুভগা যোগ।
যাত্ৰা - পশ্চিম দিশত নাই । ,ঘ:৯/১৭/৫৫ যোৱাত বাযু কোনত নাই।
যোগিনী - পশ্চিম দিশত।।ঘ:৯/১৭/৫৫ যোৱাত বাযু কোনত ।
মৰণত দোষ - দ্বিপদ, ঘ: ৯/১৭/৩৪ যোৱাত এপদ।
ভক্ষাভক্ষ্য - নিমতিতা ,তাল  খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মত যোগাযোগ হব, বিবাদ নিস্পত্তি হব যদিও মাতৃৰ সামান্য ৰোগ বৃদ্ধিৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি   জাতক জাতিকা সকলৰ আজিৰ দিনটোত অৰ্থ আৰু কৰ্মত শুভ, কৰ্মত সহায় পাৱ, লগতে সম্পদ বৃদ্ধি যোগ দেখা য়ায।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মৰম লাভ হব, লগতে আত্মীয়ৰ আগমন হব লগতে কৰ্মত শুভ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত অৰ্থ আৰু স্বাস্থ্যৰ শুভ, লগতে ভ্ৰমণৰ সুযোগ লাভ  হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন মান লাভ হব, শত্ৰু মিত্ৰ হব পাৰে, যদিও জেষ্ঠ জনে মনত দু:খ দিব পাৰে।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত আনন্দ বাঢ়িব, আত্মীয়ৰ সুখ বাঢ়িব, যদিও সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, পিতৃ মাতৃৰ দেহত সামান্য ৰোগ বাঢ়িব পাৰে,  লগতে প্ৰাপ্তিৰ  যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ বৃদ্ধি হব, সমস্যাৰ সমাধান হব, যদিও মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বৃদ্ধি হব, ধন মান লাভ হব, যদিও কৰ্মত সামান্য জতিলতা হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব, আনৰ মৰম লাভ কৰিব, লগতে কৰ্মত সফল হোৱাৰ  যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি  জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত সফল হব, যদিও সামান্য ব্যয় বাঢ়িব লগতে যাত্ৰাত সামান্য বিঘিনী  হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত নতুন আশাৰ সঞ্চাৰ হব, ধন মান লাভ হব, লগতে বিদ্যাৰ্থী সকলৰ শুভ হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকবাৰী, গুৱাহাটী -১৪

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)