মোৰ মা

Rinku Rajowar
0
           মাতকৈ ভগৱান আন
      ভগৱান আন কোনোবা
       আছেনে এই ধৰাত |
       মা মোৰ সাহস
      মোৰ মা মোৰ বাবে কি
      সেয়া কাহানীও
      কাৰোৰে তুলনা নহয়  |
      মোৰ যত্ন
       মোৰ বন্ধু
       মোৰ হাঁহি , আনন্দ
       মোৰ সকলো , মোৰ মা  |
        স্তনত মুখ প্ৰথম চুহিলো
         প্ৰথম ভাষা মোৰ মুথৰ
         কেৱল মা বুলিলো  |
         আন কোনো ভগবান
           নাই মেৰ বাবে
      মায়েই সৰ্বোত্তম ভগবান
       কেৱল মোৰ বাবে   |

        📝 প্ৰতিষ্ঠা প্ৰিয়দৰ্শিনী
          চেইণ্ট জোচেফ স্কুল
                  মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)