উল্টাপুল্টা

©Admin
0
নিগনিবোৰে 
মেকুৰীবোৰক খেদি ফুৰিছে
চোৰবোৰেও দেখােেেন 
পুলিচবোৰক গ্ৰেপ্তাৰ কৰিছে ৷

ডাক্তৰবোৰেও চিকিৎসায়লৈ নগৈ
পথাৰত হাল বাবলৈ গ'ল,
গৰুবোৰেও গছত উঠি 
পাত খাবলৈ ল'লে ৷

গছবোৰত দেখোন লমা-লমে উলমিছে
বাঘৰ দাঢ়িত ধৰি 
পহুবোৰেও লটিঘটি কৰিছে ৷
বাঘবোৰেও পহুৰ ভয়ত
হিয়া ঢাকুৰী কান্দিছে
কলিযুগত কেতিয়াও দেখােন
উল্টাপুল্টা কৰিছে ৷

📝মহেন শইকীয়া 
  প্ৰধান শিক্ষক
 নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়





Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)