আধৰুৱা প্ৰেম কাহিনী,মিঃ ৰাজুৰ জীৱনৰ প্ৰথম প্ৰেমখণ্ড - ১২

©Admin
0

ছোৱালীজনীয়ে লাহেকৈ ক'লে " মৰ জীৱন বাচায়েক খাতিৰ কটি কটি ধন্যবাদ " মই তাইৰ কাষত বহি তাইফালে চাই " হবেক কন কথা নাই মানুষে মানুষকেৰ কাম নাই আচলে কি হবেক এইটা মৰ কৰ্তব্য ৰহে আছ্চা তৰ ঘৰ কাঁহা ?ছোৱালীজনীয়ে ক'লে " মৰ ঘৰ সোণাই বাগানে মুই কৰম পৰৱে আয়েছী " মই " ঠিক আছে বাৰু এতিয়া হামাদেৰ ঘৰ চলবেক আৰাম পালে ঘৰ যাবেক " তাই সংকোচ কৰি ক'লে কিন্তু " মই তাইৰ হাতত ধৰি কন কিন্ত পৰন্তু নাই এখন চল হামাৰ সংগে তাইক লৈ আমাৰ ঘৰ পালোগৈ মা। দেউতাক সকলো কথা বিবৰি ক'লো মায়ে ক'লে " বেটা ভাল কৰম কৰলেক ইয়াকে ঘৰ লেই আনকে ছড়ীটা বড় দুৰ্বল হৈ আছে ছোৱালী জনীলৈ চাই ক"লে " বেটী তৰ নামটা কি ? মাজতে মই লাজকুৰীয়াভাৱে ক"লো " ইছ ৰাম মই এতনা বুৰ্বক তৰ নামটা পুছতেই ভুইল গেলেক " মায়ে খিলখিলাই হাঁহি  ক"লে " তৰ নিচিনা বুৰ্বক সঁচাকে কেও নাইখে বেটী নামটা তৰ ? ছোৱালীজনীয়ে ক"লে" মৰ নাম মৌচুমী " মায়ে ক"লে " হবেক এখন ভিতৰে চল চাইপানী খাই আৰাম কৰবেক মায়ে তাইক লৈ ভিতৰলৈ সোমাই যায় দেউতাই মোলৈ চাই লাহেকৈ ক"লে " কিৰে বেটা বহু বনাইয়ে লিয়া ভাল এৰেকম সুবিধা আৰ কাঁহা পাবেক " মই দেউতালৈ চাই ক"লো " কি বলছি তুই এৰেকম কথা কন নাইখে " মইয়ো ভিতৰলৈ সোমাই গ'লো দেউতাই খিলখিলাই হাঁহিলে ৷

                      আগলৈ

📝দুলাল ৰবিদাস


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)