কপৌ জোপাই কি কয়?

©Admin
0
পদূলি মূৰত তামোল জোপাত
লমালমে ওলমি ৰোৱা 
কপৌ জোপায় কি কয়?

"বহাগ যাবৰে হ'ল 
ঠাৰিয়ো মৰহি ৰ'ল, 
মোক চিঙি লোৱা 
খোপাত গুজি লোৱা,
আইনাত লাহতী খোপা চাই
মিচিকিয়াই হাঁহাচোন,
মন গহ্বৰত মোৰ অন্তিম ছবিৰ
সাঁজ বহুৱাচোন" ।


📝নবীন চন্দ্ৰ কুৰ্মী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)