লিমাৰিক

Rinku Rajowar
0
                         (০১)
স্কুল কলেজ বন্ধ ক'ৰোনাৰ ৰোষত
দিন গণিছে তাই আঙুলিৰ মুৰত
মোবাইলতে লৈ খবৰ
সান্ত্বনা লৈছে মনৰ
ধনক নেদেখি দুখ লাগিছে মনত ।


                          (০২)

সোমাই আছে কোঠাত পঢ়াৰ নামত
মোবাইলৰ বাদে একো নাই হাতত
মেছেজ লিখে মধুৰ
ভাবত হৈছে বিভোৰ
প্ৰেয়সীক নেদেখি দুখ হৈছে মনত।

📝ব্ৰহ্মদেৱ গোস্বামী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)