আহিবনে আকৌ শান্তি

©Admin
0


চৌদিশে মৃত্যুৰ বিভেষিকা
চাৰিওদিশে আতংক
কৰ'বাত বোমাৰ শব্দ
ত কৰ'বাত জাতিগত সংঘৰ্ষ ।।

ৰামৰ দেশত আজি 
ৰাৱণৰ ৰাজত্ব
নাৰীক পূজা দেশত আজি
নাৰী হৈছে নিৰ্যাতিত ।।

ক'ত গল সেই ভাতৃত্ববোধ
ক'ত হেৰাল দয়া
সকলো চোন নিঃশেষৰ দিশে ।।

আজি সকলোৰে মনত এটাই প্ৰশ্ন
আহিবনে আকৌ শান্তি ।।


🖋️কমল কৰ্মকাৰ
হালমাৰি, ডিব্ৰুগড়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)