টুকুৰী

Rinku Rajowar
0

চকু মেলিয়েই 
মায়ে চিনাকী টুকুৰীটোৰ
ৰং দেখা পাই
টুকুৰীটোৰ ৰং আছে
ৰঙতো সমস্যা আছে
তথাপি মায়ে
টুকুৰীটোৰ গুণ গান গায়
অৰ্থাত্‍  
টুকুৰীটো
মাৰ প্ৰেমিক
আশা সপোন
পোৱা নোপোৱা
সুখ দুখৰ
এটি ভঁৰাল

📝 মাৰলিন মুণ্ডা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)