অভিমানী মন

©Admin
0


আতঁৰি নোযোৱা চিহ্ন বোৰ
এনেও আঁতৰাব নোখোজিবা বন্ধু
হয়তো হৃদয়ত আঘাত সানিব পাৰে
গঢ়িব  লোৱা ইতিহাস বোৰ 
ভাঙিব নোখোজিবা বন্ধু
হয়তো যুগমীয়া হব পাৰে। 
সাজিব নোৱাৰিলে ও তাজমহল
পজাঘৰ  এটি সাজিম
অভিমান নকৰিবা 
হয়তো এদিন সুখত থাকিম। 
                 
 📝বিশাল নায়ক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)