আজিৰ আপোনাৰ দিনটো ০৩ মে' ২০২০

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                                      
২০ বহাগ, ৰবিবাৰ,ইং ৩ মে ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৫২/৪৬সূৰ্য্যাস্ত ঘ:৫/৪৬/৫৪

ৰাশি -  সিংহ ৰাশি। ৰা:ঘ: ৯/৪৭/৫৯ যোৱাত কন্যা ৰাশিলৈ।
তিথি - শুক্লা একাদশী।ঘ:২/৯/৩ লৈ।
নক্ষত্ৰ  - পূৰ্ব্বফাল্গচনী , আ:ঘ: ৪/১২/৫৫ লৈ।
আদ্যঋতু হলে - কান্তা যোগ।
যাত্ৰা - অগ্নি কোনত নাই । ,ৰা:ঘ:২/৯/৩ যোৱাত নৈঋত নাই।
যোগিনী -  অগ্নি কোনত  । ,ৰা:ঘ:২/৯/৩ যোৱাত নৈঋত ।
মৰণত দোষ - এপদ । আ:ঘ: ৪/১২/৫৫ যোৱাত ত্ৰিপদ, ৰা:ঘ: ২/৯/৩ যোৱাত পূৰ্ণ দোষ।
ভক্ষাভক্ষ্য -  উৰহী, পূৰৈশাক খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, গৃহ শান্তি লাভ হব, যদিও সামান্য মানসিক ক্লেষ বৃদ্ধৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি   জাতক জাতিকা সকলৰ আজিৰ দিনটোত ব্যয় বাঢ়িব, মনৰ আশা ভংগ হব পাৰে লগতে কৰ্মত সামান্য জতিলতা বৃদ্ধিৰ  যোগ দেখা য়ায।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত যশস্যা লাভ হব, যদিও মনত সামান্য ভয় বাঢ়িব পাৰে, লগতে ভ্ৰমনৰ যোগ  দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত কৰ্মত আনন্দ বাঢ়িব, ধন মান লাভ হৱ যদিও ভ্ৰমনত সামান্য কষ্ট  হোৱাৰ  যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়ত শুভ, কৰ্মত সফল হব , যদিও সজাগ নহলে সম্পদ হানি  হোৱাৰ যোগ দেখা যায।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মস্থান পৰিবৰ্তন হব, সন্মান লাভ হব,লগতে যশস্যা লাভ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত দ্বাযিত্ব বাঢ়িব, মনটো সামাজিক হব, যদিও বিবাদৰ পৰা আতৰি থাকক। 
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব,  যদিও মনত সামান্য আশান্তি বৃদ্ধিৰ  যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধিৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম কৌশল বাঢ়িব, মনত আনন্দ বাঢ়িব যদি কৰ্মত সজাগ নহলে মিছা অপবাদ পোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি  জাতক জাতিকা সকলৰ আজি দিনটোত ধন আগমন হব ,  শত্ৰু হানি হব, যদিও সজাগ নহলে ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                  জালুকবাৰী, গুৱাহাটী -১৪
যোগাযোগ -9101096481

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)