আজিৰ আপোনাৰ দিনটো

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ২১ জেঠ ,বৃহস্পতিবাৰ,ইং ৪ জুন ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪১/৪সূৰ্য্যাস্ত ঘ:৬/১/৪ 

ৰাশি -  তুলা ৰাশি। ঘ:১১/২৭/৭ যোৱাত বৃশ্ছিক ৰাশি।
তিথি - শুক্লা ত্ৰযোদশী। প্ৰ: ঘ: ৪/৪৮/২৯লৈ।
নক্ষত্ৰ  - বিশাখা ,আ:ঘ: ৪/৫৭/২৭ লৈ।
আদ্যঋতু হলে -  বেশ্যা যোগ।
যাত্ৰা - দক্ষিণ দিশত নাই।প্ৰা: ঘ: ৪/৪৮/২৯ যোৱাত পশ্চিম  দিশত নাই ।
যোগিনী - দক্ষিণ দিশত ।প্ৰা: ঘ: ৪/৪৮/২৯ যোৱাত পশ্চিম  দিশত ।
মৰণত দোষ - দ্বিপদ,আ:ঘ: ৪/৫৭/২৭ যোৱাত নাই।
ভক্ষাভক্ষ্য - মাটি মাহ, মাংস, বেঙেনা খোৱা নিষেধ । 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ লাভ হব, প্ৰেমত শুভ, লগতে শুভসংবাদ লাভৰ  যোগ দেখা যায়।  
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমনত সুযোগ লাভ হব, সঞ্চয় বৃদ্ধি হব, যদিও মনত সামান্য আৱেগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ,লগতে পদমৰ্য্যদা লাভ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত ভ্ৰমন শুভ, কৰ্মত নতুন যোগাযোগ হব, যদিও সজাগ নহলে মতবিৰোধ  হোৱাৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক শুভ,  প্ৰপ্য আদায় হব, যদিও সজাগ নহয়  মনত সামান্য দুখ পোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  প্ৰেমত শুভ, বন্ধু লাভ হব, লগতে ব্যস্ততা বৃদ্ধিৰ যোগ পোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত উন্নতি হব যদিও কৰ্মত সামান্য জতিলতা থাকিব।লগতে মনত সামান্য দু:খ পোৱাৰ  যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আশা বাঢ়িব,  যদিও দেহ মনত সামান্য আঘাত পাৱ পাৰে,লগতে এলাহ বৃদ্ধিৰ   যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, ধন আগমন বাঢ়িব যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধিৰ  যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাত সুনাম বাঢ়িব, মনত আনন্দ বাঢ়িব, লগতে সজাগ নহলে।শত্ৰু ভয়ৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত আত্মীয়ৰ আগমন হব,  মনত বিশ্বাস বাঢ়িব, যদিও সজাগ নহলে সামান্য মিছা আপৱাদ পোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত পদমৰ্য্যদা লাভ হব, সম্পদ বৃদ্ধি হব, যদিও আনৰ পৰা সহায়  কমকৈ পোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)