মানসিকতা সলনি হোৱাই নাই নে?

©Admin
0
শুনিছিলো আদিম যুগত মানুহ শিক্ষিত্ব নাছিলে । সেইকাৰণে দূৰ্বল জনক নিছ সজাইছিলে, ধনি জন উচ্চ। বগা কলা নিছ জাতি উচ্চ জাতি এইবোৰ ।

ভাবিছিলো এইবোৰ শেষ হ'ল কুৰিশতিকাত মানুহ শিক্ষিত হ'ল জ্ঞানী হ'ল ।

 নাইহোৱা, দুখ লগিছে, এতিয়াও যে, মানুহ জাতিটোৰ মানসিক ভাবে শিক্ষত্ব হোৱা 
নাই ।

উচ্চ নিছ বগা কলা ধনি দুখিয়া কৰি  সমাজত নিজৰ দম্ভালি মাৰিছে কিছু
 মানুহে ।

মহান পুৰুষ শিক্ষিত জনে এইবোৰ পৰা আতৰি থাকিবলে কোৱা নাইনে ? সমাজ একগোট কৰি উচ্চ নিছ ভেদাভেদ দূৰ 
কৰি ।

দূৰ্বল জনক অত্যাচাৰ কৰিবলে মূল অস্ত হিছাপে লৈছে শিক্ষিত মূখা পিন্ধাবোৰে অশিক্ষিত পন্থা ।

 এতিয়াও কুৰিশতিকাটো মানসিকতা সলনি হোৱা নাই নে ?

📝শ্ৰী উৎপল দাস 
কুৰুৱাবাহী বোকাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)