মই অকলশৰীয়া নহয়

©Admin
0

নিসংগতা এতিয়া আৰু 
মোৰ বাবে অচিনাকী নহয়
মোৰ চকুপানী কেইটোপালো
এতিয়া পৰৰ নহয়
সময়ৰ প্ৰতিটো পলতে 
স্মৃতিবোৰ মোৰ সংগী হয় 
কোনে কয় মই অকলশৰীয়া 
তুমি অবিহনেও 
আজি যেন মই অকলশৰীয়া নহয় 

📝 দুস্মন্ত দাস,মৰিগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)