আকৰ্ষণৰ সিদ্ধান্ত- সফলতাৰ ৰহস্য,খণ্ড -০৮

©Admin
0

পোৱা

যদি আপুনি ওপৰত উল্লেখিত তিনিটা নিয়ম মানি কাম

কৰিছে তেনেতে আপুনি আপোনাৰ লক্ষ্যৰ নিচেই কাষত

অৰ্থাৎ  অতি শীঘ্ৰে সেই মবাইল , বাইক , গাড়ী , ঘৰ , পত্নী , উত্তম ৰিজাল্ট , ট্ৰফী , ইঞ্জিনীয়াৰিং , ডাক্তৰ , সাহিত্য একাডেমি বটা , বেষ্ট গায়কৰ বটা আদি সকলো আপোনাৰ

হাতত মাত্ৰ আৰু এটা ষ্টেপ বাকী আছে তাৰপাছত আপোনাৰ সফলতা প্ৰাপ্তিৰ উলাহসত নাচিবলৈ মন যাব ৷

সময়

এয়া আপোনাৰ ওপৰতে নিৰ্ভৰ কৰে ৷ আপুনি কিমান সময়ৰ ভিতৰত বস্তুটো প্ৰাপ্ত কৰিব বিচাৰিছে ৷

যেতিয়া আপুনি আপোনাৰ ইচ্ছা আকৰ্ষণৰ সিদ্ধান্তৰ আগত ব্যক্ত কৰে তেতিয়া তুৰন্তে আকৰ্ষণৰ সিদ্ধান্তই প্ৰতিক্ৰিয়া আৰম্ভ কৰি দিয়ে কিন্তু যেতিয়ালৈকে আপুনি

সেই বস্তুটো পোৱাৰ যোগ্যতা প্ৰাপ্ত কৰি নলয় বা আপোনাৰ

বিচাৰ ধাৰা  আকৰ্ষণৰ সিদ্ধান্তৰ সৈতে নিমিলে তেতিয়ালৈকে বস্তুটো পোৱাটো সম্ভৱ নহয় ৷ কাৰণ সেই পৰিমাণে দৃঢ় বিশ্বাসৰ লগতে সেই পৰিমাণে কৰ্মও লাগিব অৰ্থাৎ আকৰ্ষণৰ সিদ্ধান্তই নিশ্চয় কৰিব আপোনাৰ বস্তুটো দিব নে নিদিব যেতিয়া দেখিব যে আপোনাৰ ইচ্ছাৰ লগতে

শুদ্ধ বিচাৰধাৰা , সম্পূৰ্ণ বিশ্বাস আৰু কঠোৰ পৰিশ্ৰম বা  কৰ্মৰ পৰিমাণ ঠিকেই আছে তেতিয়া লগেলগে আপোনাক

আপোনাৰ বস্তুটো দি দিব ৷ গতিকে এই ক্ষেত্ৰত সময় নিৰ্ধাৰণ কৰাটো আপোনাৰ হাতত আ

আপুনি ভাৱিছে চাগে এইবোৰ কি আবুল তাবুল বলকি আছে হয় এয়া সম্পূৰ্ণ সত্য আৰু প্ৰমাণিত মোৰ জীৱনত এই সিদ্ধান্তই সক্ৰিয় ভূমিকা পালন কৰিছে কেনেকৈ আগলৈ  পঢ়িবলৈ পাব ৷


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)