চোৰৰ লটিঘটি

©Admin
0
এদিন নিশা বাজিছে বাৰ
পৰীক্ষা সমাগত
চকুত টোপনি নাই,
ভাৱি গুণিি বহি আছো
মোৰ কি হব বিলাই ৷
এনেতে ভিতৰত মনে মনে 
সোমাল এটা চোৰ
চুপি চুপি খোজ দিলে
গৃহস্থ শুলে বুলি,
হঠাৎ চোৰ হ'ল মোৰ মুখামুখি ৷
চোৰে পেলালে ঠেলা মাৰি
আই অ' মৰিলোঁ বুলি ৷
ঘৰৰপৰা চোৰ পলাল
ময়ো ল'লো চোচা,
কুকুৰেও সহায় কৰিলে ভূক ভূক কৰি
বাপুৰ খেদাত চোৰ পলাল
হ'ল চোৰৰ লটিঘটি ৷

📝মহেন শইকীয়া
 প্ৰধান শিক্ষক 
নুমলীগড় হাইস্কুল

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)