সূৰ্য্য গ্ৰহণ

©Admin
0
🙏বলয়গ্ৰাস সূৰ্যগ্ৰহণ 🙏
     ******************
৬ আহাৰ, ৰবিবাৰ, ২১ জুন , ২০২০ 

🌞 গ্ৰহণৰ সময় 🌞

🌖গ্ৰহণ আৰম্ভ (স্পৰ্শ) = ৯ বাজি ১৬ মিনিট।
🌖বলয়গ্ৰাস আৰম্ভ = ১০ বাজি ১৯ মিনিট।
🌗গ্ৰহণ মধ্য = ১২ বাজি ১০ মিনিট।
🌑বলয়গ্ৰাস সমাপ্তি = ২ বাজি ০২ মিনিট।
🌖গ্ৰহণ সমাপ্তি = ৩ বাজি ০৪ মিনিট ৷

☀️ মেষ, সিংহ, মকৰ , আৰু কন্যা ৰাশিৰ বাবে এই গ্ৰহণ শুভ।
☀️ মিথুন ৰাশিৰ বাবে গ্ৰহণ এই গ্ৰহণ অশুভ।


🌞গ্ৰহণৰ সময়য কি কৰিব/কি নকৰিব :- 
১. গ্ৰহণৰ সময়ত খাদ্য খোৱা আৰু খাদ্য ৰন্ধা বঢ়া নকৰিব।
২. আগতে ৰন্ধা খাদ্যত তুলসীৰ পাত দি ভালকৈ ধাকন দি থৱ।
৩. গৰ্ভৱতী মহিলা সকলে পাৰিলে গ্ৰহণৰ সময়ত ঘৰৰ পৰা নোলাৱ।
৪. মন্দিৰ, নামঘৰ, আদিৰ দৰ্জা বন্ধ ৰাখিব।
৫. গ্ৰহণৰ শেষত তুলসী, দুৱৰী, চন্দন মিহলোৱা পানীৰে গা ধুৱ।
৬. গ্ৰহণৰ শেষত ঘৰখনত তুলসী পানী চতিয়াৱলৈ নাপাহৰিব।

 🙏🙏🙏🙏🙏🙏🙏🙏

সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)