লিমাৰিক

©Admin
0
                 (০১)
দুবাৰকৈ পৰীক্ষা দি পাছ নকৰিলি
পণ্ডিতৰ বংশত খটাসুৰ জন্মিলি
হাঁহক সমাজে মোক
নপঢ়াও আৰু তোক
 কষ্টৰ ধন মোৰ পানীতহে ডুবালি।

                    (০২)
 পঢ়ি শুনি বৰ মানুহ নহ'লি নাই
খেতি খোলাকে কৰিবি হাল কোৰ বাই
সত্য পথত চলিবি 
অবাটে খোজ নিদিবি
জীৱন মধুৰ হ'ব জানিবি বোপাই। 

📝ব্ৰহ্মদেৱ গোস্বামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)