জাকৈয়া ছোৱালী

©Admin
0
    ঘৰৰ লখিমীজনী
     জাকৈ বাওতে চাও  ৷
     
     বুকুত মেথেনী মাৰি
     বোকা বোৰ খেদেলি
     পুঠি মাছ ধৰে  ৷
     
     পুঠি মাছ চকুৰ উপকাৰী
     ছোৱালীহঁতে জীয়া মাছ
     খালৈত ভৰাই আনে  ৷

     ঠেকেৰাৰ জোলেৰে
      গৰমত মাছ পুথি
      খাবলৈ লাগে জুতি  ৷

    পোৰা পিটিকা
     নজনা হ'ল
    শাহু গৰকা বোৱাৰী
    এপাচি শাকত
   এটা জালুকৰ লেখিয়া হ'ল ৷

   বিলেই নোহোৱা হ'ল
   জাকৈয়া ছোৱালী ক'ত  ৷

   
  📝হেমেন হাজৰিকা
              মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)