পুনৰ অংগীকাৰ

©Admin
0
পুনৰাভিনয় কৰি
অতীতৰ পুৰনি স্মৃতি বোৰ
কিয় দিয়া প্ৰত্যৰ্পণ
মই যে এতিয়াও দিওঁ
তোমাক প্ৰাধান্য ।
নকৰিবা অভিনয় 
তোমাৰ অবিহনে হ'ব
মোৰ অতি দুৰৱস্থা ।
কি দৰে বুজাওঁ মই তোমাক 
নকৰিবা তুমি মোৰ মৰ্যাদা হানি ।
মই যে পোৱা নাই 
এতিয়াও মাৰণাস্ত্ৰ বিচাৰি ।
ভৰসা কৰোঁ মই তোমাক
সেই বাবে টো মোৰ
তোমাৰ ওপৰত স্বাচ্ছন্দ্য ।
তুমি বিচৰা মতে
মই আনি দিম তোমাক
স্যমন্ত মণি
অংগীকাৰ কৰিছোঁ মই
নাযাবা তুমি মোৰ পৰা
বহু দূৰলৈ আঁতৰি ।
এতিয়া আছো মই 
সমাজ-সম্বন্ধীয় কাৰ্য্য কৰি ।
 
📝বিনিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)