মহিষাসুৰৰ বধ (খণ্ড-০২)

©Admin
0
সুৰথঃ সুদৰ্শন আৰু পুত্ৰ সুৰজিত । বৰ্তমান মোৰ ৰাজ্যৰ সকলো প্ৰজাৰ মংগল নে? আৰু সকলোয়ে পুজিছেনে মহামায়াক!

সুদৰ্শনঃ মহাৰাজ ,পদ্মপুৰৰ সকলো প্ৰজাই সুখ আৰু আনন্দত আছে। আৰু মহামায়াৰ পূজা কৰিছে ৰাজ্যত।

সুৰথঃ পুত্ৰ সুৰজিৎ

সুৰজিৎঃ পিতা কোনেওঁ বিদ্ৰোহ আচৰণ কৰা নাই আমাৰ ৰাজ্যত ।আৰু কোনোয়ে যদি কৰে বিদ্ৰোহৰ আচৰণ তেনে এই সুৰজিতে দিব মৃত্যু দণ্ড । 

সুৰথঃ কোৱা পুত্ৰ নিৰ্ভয়ে প্ৰকাশ কৰা।

সুৰজিৎঃ পিতা আমাৰ প্ৰধান সেনাপতি কালহংসই মহামায়াৰ পূূজাত কলংক সানিব বিচাৰিছে ।সেয়েহে তাৰ উচ্চিত বিচাৰ হ'ব লাগে ।

সুৰথঃ কি ক'লা পুত্ৰ । তাৰ ইমান শাস ।কালিৰ ৰাজসভাত কালহংসক উপস্থিত কৰাৰ ব্যৱস্থা কৰা ।

সুদৰ্শনঃ মহাৰাজ , কালহংসই মহামায়াৰ পূজা নিদিবলৈ কোৱাটো স্বাভাৱিক ,সেই সকল মূৰ্খ যাৰ হিতাহিত জ্ঞান নাই যিসকল অসুৰ প্ৰজাতিৰ ,সেই সকলৰ বিচাৰ মহামায়াই নিজে কৰিব ।আপোনি ক্ৰধ নকৰি কালহংসৰ কাৰ্য্যবোৰ নিৰীক্ষণ কৰক আৰু উচ্ছিত হাস্তি দিয়ক।


সুৰথঃ তেন্তে মন্ত্ৰীদেৱ আপোনাৰ পৰামৰ্শ মতেই এই বিচাৰ মই এতিয়া স্থগিত ৰাখিছো! 
এতিয়া ব'লা কালহংসৰ কৰ্ম বিলাকত চকু ৰাখিবা ।এতিয়া ব'লা ক্ষন্তেক বিশ্ৰামৰ হেতু। (প্ৰস্থান)
                      
                  আগলৈ

📝ৰিন্টু কুৰ্মীৰ সংগ্ৰহ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)