পৰুৱা

©Admin
0
অ পৰুৱা অ পৰুৱা
কৰপৰা আহিলাা
দীঘলীয়া শাৰী কৰি ?
কলৈনো যোৱা আমাকো 
কোৱা
আমাক বাট এৰি দিয়া
আমিও যাম তোমাৰ স'তে
যদি যোৱা বৰভোজলৈ
তোমালোক যে ইমান বলি
ডাঙৰ ডাঙৰ বস্তু নিয়া
বহু দুৰলৈ টানি টানি ৷
ইমান সৰু দুৱাৰখন
কেনেকৈনো নিবা ?
কষ্ট নকৰিলে যে
তোমালোকে ভোকতে মৰিবা ৷

📝মহেন শইকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)