জীৱনৰ প্ৰতিপল

©Admin
0
জীৱনৰে প্ৰতিটো পল
আনন্দ উপভোগ কৰি জীয়াবা
যদিহে আকৰ্ষণৰ
 সিদ্ধান্ত মানি চলা ৷
তোমাৰ বিচাৰ বিবেক শুদ্ধ কৰা
ধনাত্মক চিন্তা
ধৈৰ্য্য সাহসৰ দি পৰীক্ষা
সময় জানা বোৱতী নৈ ৷
সপোন সঠিক কৰা 
লক্ষ্য স্থিৰ
নৱ উদ্যমেৰে মনত জ্বলাই 
মম আত্মবিশ্বাসৰে 
বিজয় যাত্ৰা কৰা আৰম্ভ ৷

📝দুলাল ৰবিদাস


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)