জীৱন যাত্রা

©Admin
0
মষিমূৰ এই মোৰ 
আশা ভৰা জীৱন
ছায়াছন্ন কৰি ৰখা জীৱনত
এটি বিচ্ছুৰণ।

পোটকত তুমি
ব্যাঘাত জন্মালা
সংকতাপন্নৰ কথা তুমি
অকণো ভাবি নাচালা।

ভয়াৱহ জাৰণিত লুকাই থকা
হিংস্ৰ প্ৰাণীটো
দেখিলেই জিকাখাইউঠে
দেহ প্ৰাণটো।

অৱৰোধ মোৰ এই
জীৱন যাত্রাৰ
সমন্বয় ঘটিব আকৌ
তোমাৰ পত্যাসাৰ।

📝নাৰায়ণ বৰা 
লংকা কাকী৩
জিলা: হোজাই (অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)