অপ্ৰত‍্যাশিত অপেক্ষা

©Admin
0
 

   মালতিৰ উচ্চ শিক্ষাৰ বাবে অনিল বাবুৰ পৰা লোৱা এসোপা মান ধাৰ । অনিল বাবুৱে চলাইছে দৈনিক তাগিদা । পিতৃ হলিৰামে দৈনিক  মজুৰিৰ ধনেৰে 
পৰিয়ালক পোহপাল দিছে  । কন‍্যাৰ উচ্চ শিক্ষাৰ গতি কি হব অনুমানৰ বাহিৰত ।
     মালতিয়ে সঘনাই ৭ কি:মি: বাটকুৰি বাই বেংকলৈ যায় একাউন্ট চেক কৰে।কিজানি আশাৰ ৰেঙনি কিবা আহিছে । আনফালে একাউন্টটেন্ট চাহাবৰ খঙ 
"একো স্কলাৰচীপৰ প‌ইচা ভৰা নাই , যা যা সঘনাই আহি আমনি নকৰিবি ।"

    📝নবীন চন্দ্ৰ কুৰ্মী
     বৰপাম ,চতিয়া, বিশ্বনাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)