নদী

©Admin
0


নদী বয় মাথোঁ
  একা বেকা কৈ ,
     অন্তিম হয় মাথোঁ 
        সাগৰত গৈ ।

দীঘল নদী বয় 
   ঢৌ খেলি খেলি ,
      মাছ কাছৰ আদি যায়
         সবে ধেমালি কৰি ।

যাযাবৰী নদী বয় 
   দীঘলীয়া হৈ ,
      সপোন দেখে মাথোঁ
        সাগৰক লৈ ।


📝শ্ৰীমতী ৰিমকি চুতীয়া
ধেমাজি, চিচিবৰগাওঁ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)