অনুভৱ

©Admin
0


সেউজ বননিৰ কি যে গতি
ওচৰ চুবুৰীয়া
 ৰাইজৰো বিলাই বিপওি,,,

সহিব নোৱাৰি লিখিছো 
দুটামান শাৰী
কাৰ দোষ কি ?
কেনেকৈ ঘটিল ঘটনা
হৈ যোৱাৰ পিছত নকৰো বিশ্লষণ

মাগুৰি বিলৰ অপৰূপ সৌন্দৰ্য্য
দেখি অভিভূত হৈছিলো এদিন,,,,
গাইছিলো তাৰেই পাৰত কবিতা শাৰী সৌন্দৰ্য্য শোভা উপভোগ কৰি,,,,

আহিবনে ঘুৰি সেই দিন?
জাক জাক চৰাইৰ সুমধুৰ ধ্বনি
ঘৰেঘৰে থকা তামোল পাণ গছৰ শাৰী
উস্ ভাবিলে উঠে কঁপনি
নহয় যেন এনে ঘটনা পুনৰাবৃওি

📝দুলুমনি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)