মোৰ অনুভৱ

©Admin
0

  বাস্তৱ জীৱনৰ অবাস্তৱ কল্পনা বোৰ
দিনে দিনে হেৰাই যাব ধৰিছে
 সময়ৰ সোঁতত।
পৰিবৰ্তনৰ সোঁতত যেন 
সকলো  আন্ধাৰ
মাথোঁ আন্ধাৰ ।
আমি যেন বান্ধ খাই পৰিছো
এক শিকলিৰ মাজত।

📝লক্ষ্য জিৎ বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)