কল্লোল তোমাৰে নামৰ

©Admin
0
হিয়াৰ মাজত আছে
তোমাৰ জীয়া প্ৰতি ছবি
মই গোপনে অঁকা তাহানিতে।

মোৰ মনৰ উদ্বিগ্নতা এনেয়ে বাহে
তুমি মোক ত্যাগীবৰ দিনৰে পৰা
মই অকলশৰীয়া আজি নিষ্ফল পদাৰ্থ।

তাথাপি প্ৰতি দিনে প্ৰতি পলে
মোৰ নিথৰুৱা হৃদয় খনৰ ভাৱোন্মাদ সাগৰত আজিও
তুমি নামৰ হাজাৰ কল্লোল উঠা নমা কৰে।
      
          
 📝কিৰণজয় চাওদাং
নাহৰকটীয়া মহাবিদ্যালয়
ডিব্ৰুগড়(অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)