শব্দৰ দাগ

©Admin
0
উলংগ আজি নিশাৰ বৰষুণজাক
লগত লৈ আহিছে বিজুলীৰ অস্ত্ৰপাত 
নাই নাই সোধা নাই কাকো
লোৱা নাই অনুমতি কাৰো
মগ্ন হৈ নিজৰ অভিমানত 
নামি আহিছে তললৈ

ধুই নিব বিচাৰিছে মচিও মচি 
নোযোৱা শব্দৰ দাগ বোৰ
বিজুলী ও বৰ দুষ্ট নিমিষতে পোহৰাই দিয়ে
সপোনৰ স্মৃতি বোৰ!

✍️জ্যোতিষ্মান বৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)