টকাত দুশ খন ছপাবলৈ সন্মতি কৰালো শেষত তাৰিখ ঠিৰাং কৰি সে সুখ অনুভৱ কৰি থাকিলো শেষত মোৰ সপোন পুৰ্ণ হ'ল মই তেতিয়াহে ভাৱিলো বাঃ তাৰমানে
আকৰ্ষণৰ সিদ্ধান্তই সচাকৈয়ে কাম কৰে এয়া দেখােন
মজাৰ কথা মই যদি মোৰ সপোনবোৰৰ মেন্যু কাৰ্ড বনাই
এটা এটাকৈ সকলো বস্তু প্ৰাপ্ত কৰিব পাৰোঁ দেখােন তেতিয়া মোৰ মনলৈ বুদ্ধি এটা খেলালে মই মোৰ সমস্যাবোৰ কাগজ এখনত লিখি উত্তৰ সমুহৰ কল্পনা কৰি
সমাধান কৰিবলৈ ধৰিলো আৰু কি কম আজি মই এখন
ই আলোচনাীৰ ডমিং হেষ্টিং ৷ মৎ তৈয়াৰ কৰা কাগজখন নাম বিজন বৰ্ড ৰাখিলো
আপুনিও যদি আপোনাৰ সপোনবোৰ ফলিয়াব বিচাৰে
তেন্তে মোৰ দৰে আকৰ্ষণৰ সিদ্ধান্তৰ নিয়ম মানি চলক তাৰপাছত ৰিজাল্ট আপোনাৰ সন্মুখত দেখা দিব কিন্তূ
এই কামবোৰক সহজ কৰি তুলিব এটা বিজন বৰ্ড তেনেহলে আজিয়ে বিজন বৰ্ড বনাই কাম আৰম্ভ কৰি দিয়ক শেষত আপোনাৰ জীৱনৰ সুখৰ কামনা কৰি এই
আলোচনা ইমানতে সমাপ্ত কৰিছোঁ ৷
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ