সুধাকণ্ঠ

©Admin
0
তুমি সুধাকণ্ঠ
তুমিয়ে সাহিত্য আৰু সংগীতত
বোৱালা অনেক ৰাগ ৷
যাৰ বাবে আমি
অসমীয়াই কৰিছো গৌৰৱ ৷
তুমিয়ে উজ্জ্বলাই তুলিলা
সমগ্ৰ ভাৰতে আমাৰ নাম
তুমি অসমীয়া আইৰ
সুযোগ্য সন্তান ৷
তোমাৰ গীতেৰে 
জনতাৰ হৃদয়ৰ কোঁহে কোঁহে
বোৱাই দিলা অমৃতৰ নিজৰা ৷
তুমি অসমীয়াৰ প্ৰাণৰ স্পন্দন
হিয়াৰ আমঠু 
তুমি সুধাকণ্ঠ
ডক্টৰ ভূপেন হাজৰিকা ৷

📝মহেন শইকীয়া



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)